WordPress.org

বিষয়

ইতিহাস

ইতিহাস

2003 চনৰ পৰা বৰ্তমানলৈকে WordPress-এ এক দীঘলীয়া পথ অতিক্ৰম কৰিছে। মাত্ৰ কেইশাৰীমান ক’ড আৰু এটা উন্নত ৱেবছাইট গঢ়াৰ লক্ষ্যৰে আৰম্ভ হোৱা এই যাত্ৰাই আজি এক প্ৰচলিত ৱেব প্লেটফৰ্ম আৰু এক সমৃদ্ধিশালী সমাজ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে।

প্ৰকল্পটোৰ প্ৰথম দহ বছৰৰ যাত্ৰাৰ বিষয়ে মাইলষ্ট’ন্‌ছ: দা ষ্ট’ৰী অৱ WordPress-ত পঢ়ক—যাৰ 2023 চনৰ মে’ মাহত উপলব্ধ হোৱা পৰৱৰ্তী অংশত শেহতীয়া দশকটোৰ কথা সামৰি লোৱা হৈছে। ঠিক প্ৰকল্পটোৰ ২০তম বৰ্ষপূৰ্তিৰ বাবে ই সময়োপযোগী হৈ উঠিছে।

জেজ সংগীতজ্ঞ আৰু উন্মোচনৰ তাৰিখ

WordPress-ৰ মূল বিকাশকৰ্তাসকলৰ জাজ সংগীতৰ প্ৰতি এক গভীৰ প্ৰেম আছে আৰু আমাৰ সকলোবোৰ মুখ্য উন্মোচন আমি ব্যক্তিগতভাৱে শ্ৰদ্ধা কৰা জাজ সংগীতজ্ঞসকলৰ সন্মানত নামকৰণ কৰা হৈছে। ইয়াতে উন্মোচনবোৰ আৰু যিসকল সংগীতজ্ঞৰ নামেৰে সেইবোৰৰ নামকৰণ কৰা হৈছে তাৰে এখন তালিকা দিয়া হৈছে:

সংস্কৰণসংগীতজ্ঞতাৰিখ
7.0লুই আৰ্মষ্ট্ৰং20 মে’, 2026
6.9জীন হেৰিছ2 ডিচেম্বৰ, 2025
6.8চেচিল টেইলৰ15 এপ্ৰিল, 2025
6.7ছনী ৰলিন্স12 নৱেম্বৰ, 2024
6.6টমী ড’ৰ্ছে’16 জুলাই, 2024
6.5ৰেজিনা কাৰ্টাৰ2 এপ্ৰিল, 2024
6.4শ্বাৰ্লে’ হৰ্ন7 নৱেম্বৰ, 2023
6.3লাইয়নেল হেম্পটন8 আগষ্ট, 2023
6.2এৰিক ডল্ফী29 মাৰ্চ, 2023
6.1মিখাইল আলপেৰিন1 নৱেম্বৰ, 2022
6.0আৰ্টুৰ’ অ’ফেৰিল24 মে’, 2022
5.9জ’ছেফিন বে’কাৰ25 জানুৱাৰী, 2022
5.8আৰ্ট টেটাম20 জুলাই, 2021
5.7এস্পেৰাঞ্জা স্পাল্ডিং9 মাৰ্চ, 2021
5.6নিনা ছিম’ন8 ডিচেম্বৰ, 2020
5.5বিলী এক্সটাইন11 আগষ্ট, 2020
5.4নেট এডাৰ্লে’31 মাৰ্চ, 2020
5.3ৰাহছান ৰ’লেণ্ড কাৰ্ক12 নৱেম্বৰ, 2019
5.2জেক’ পাষ্ট’ৰিয়াছ7 মে’, 2019
5.1বেটী কাৰ্টাৰ21 ফেব্ৰুৱাৰী, 2019
5.0বেব’ ভাল্ডেছ6 ডিচেম্বৰ, 2018
4.9বিলী টিপ্টন15 নৱেম্বৰ, 2017
4.8বিল ইভান্স8 জুন, 2017
4.7ছাৰা ভ’ন6 ডিচেম্বৰ, 2016
4.6পেপাৰ এডাম্‌ছ16 আগষ্ট, 2016
4.5ক’লমেন হকিন্স12 এপ্ৰিল, 2016
4.4ক্লিফ’ৰ্ড ব্ৰাউন8 ডিচেম্বৰ, 2015
4.3বিলী হলিডে’18 আগষ্ট, 2015
4.2বাড পওৱেল23 এপ্ৰিল, 2015
4.1ডাইনা ৱাশ্বিংটন18 ডিচেম্বৰ, 2014
4.0বেনী গুডমেন4 ছেপ্টেম্বৰ, 2014
3.9জিমী স্মিথ16 এপ্ৰিল, 2014
3.8চাৰ্লী পাৰ্কাৰ12 ডিচেম্বৰ, 2013
3.7কাউণ্ট বে’ছী24 অক্টোবৰ, 2013
3.6অস্কাৰ পিটাৰছন1 আগষ্ট, 2013
3.5এলভিন জ’ন্স11 ডিচেম্বৰ, 2012
3.4গ্ৰাণ্ট গ্ৰীন13 জুন, 2012
3.3ছনী ষ্টিট12 ডিচেম্বৰ, 2011
3.2জৰ্জ গাৰ্শ্বুৱিন4 জুলাই, 2011
3.1জেংগ’ ৰে’নহাৰ্ট23 ফেব্ৰুৱাৰী, 2011
3.0থেল’নিয়াছ মংক17 জুন, 2010
2.9কাৰ্মেন মেক্‌ৰে’18 ডিচেম্বৰ, 2009
2.8চেট বে’কাৰ11 জুন, 2009
2.7যোহন ক’ল্ট্ৰে’ন10 ডিচেম্বৰ, 2008
2.6মেক্‌কয় টাইনাৰ15 জুলাই, 2008
2.5মাইকেল ব্ৰেকাৰ29 মাৰ্চ, 2008
2.3ডেক্সটাৰ গৰ্ডন24 ছেপ্টেম্বৰ, 2007
2.2ষ্টেন গেট্‌জ16 মে’, 2007
2.1এলা ফিট্‌জেৰাল্ড22 জানুৱাৰী, 2007
2.0ডিউক এলিংটন31 ডিচেম্বৰ, 2005
1.5বিলী ষ্ট্ৰে’হৰ্ন17 ফেব্ৰুৱাৰী, 2005
1.2চাৰ্ল্‌ছ মিংগাছ22 মে’, 2004
1.0মাইল্‌ছ ডেভিছ3 জানুৱাৰী, 2004
.70কোনো সংগীতজ্ঞ বছা হোৱা নাই।27 মে’, 2003